সোমবাৰে 11 বজাত গুৱাহাটী লোকসভা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰেকুইন ওজাই ৷
কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিল - BJP
হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিল ৷ কুইন ওজা গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী
![কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2865955-737-c2177dcc-3ded-4349-abab-0c05b6045087.jpg)
কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিল
এই উপলক্ষে হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে ভিৰ কৰে আমিনগাঁওত৷ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ লগতে উপস্থিত থাকেমুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,তথা ৰামমাধৱৰ লগতে ১০ সমষ্টিৰ বিধায়ক উপস্থিত থাকেমনোনয়ন পত্ৰ দিয়াৰ সময়ত ।