অসম

assam

ETV Bharat / state

‘শান্তনুকুলনন্দন’ৰ স্ৰষ্টা পূৰৱী বৰমুদৈৰ দেহাৱসান - সাহিত্যিক

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা সাহিত্যিকগৰাকীৰ সোমবাৰে পুৱা মৃত্যু হয় ৷

‘শান্তনুকুলনন্দন’ৰ স্ৰষ্টা পূৰবী বৰমুদৈৰ দেহাৱসান

By

Published : Jul 15, 2019, 8:33 AM IST

Updated : Jul 15, 2019, 9:53 AM IST

  • বিশিষ্ট সাহিত্যিক পূৰৱী বৰমুদৈৰ মৃত্যু
  • সোমবাৰে পুৱা 6.03 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে বিশিষ্ট সাহিত্যিক গৰাকীৰ
  • 2005 চনত উপন্যাস শান্তনুকুলনন্দনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল পূৰবী বৰমুদৈয়ে
    সৃষ্টিৰ মুহূৰ্তত
  • বহুকেইখন উপন্যাস আৰু গল্প সংকলনেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে বিশিষ্টা লেখিকাগৰাকীয়ে
  • বাসন্তী বৰদলৈ বঁটা , ছগনলাল জৈন বঁটা , অসম উপত্যকা বঁটাৰে সন্মানিত হৈছিল পূৰৱী বৰমুদৈ
    স্বামী আনন্দ বৰমুদৈৰ সৈতে পূৰৱী বৰমুদৈ
  • তেওঁৰ গ্ৰন্থসমূহ হৈছে গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯) ,ৰূপোৱালী নৈ সোণোৱালী ঘাট , শান্তনুকুলনন্দন, বাঘশাল, বাঘজাল আৰু মানুহ ,পৰম পূজনীয় আৰু দুখন উপন্যাস, এটা আলিবাটৰ ইতিকথা ,সপোনৰ ঘৰ ঘৰৰ সপোন, অৱশেষত বৰষুণ, হেৰুৱা জনক বিচাৰি আৰু অন্যান্য গল্প শীতৰ কুঁৱলী,পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প,পুৰৱী বৰমুদৈৰ উপন্যাস সংকলন
Last Updated : Jul 15, 2019, 9:53 AM IST

ABOUT THE AUTHOR

...view details