অসম

assam

ETV Bharat / state

পূজাত কিয় পুতলা নিকিনিলে ৰত্নাকৰৰ শিশুশিল্পী হৰ্ষিতাই - চয়নিকা

ৰত্নাকৰ ছবিৰ এটা গানত কণ্ঠদান কৰাৰ পিছৰে পৰা জনপ্ৰিয় হৈ পৰা কণমানি কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্যই পূজাত এটি পুতলাও কিনিবলৈ আহৰি নাপালে ৷ কিন্তু কিয় ?

পূজাত কিয় পুতলা নিকিনিলে ৰত্নাকৰৰ কণ্ঠশিল্পী হৰ্ষিতাই

By

Published : Oct 7, 2019, 11:35 PM IST

Updated : Oct 9, 2019, 12:11 PM IST

গুৱাহাটী, 7 অক্টোবৰঃমাক দেউতাকৰ লগত পূজা চোৱা ন'হল হৰ্ষিতা ভট্টাচাৰ্যৰ । ৰত্নাকৰ ছবিৰ এটা গানত কণ্ঠদান কৰাৰ পিছৰে পৰা জনপ্ৰিয় হৈ পৰা কণমানি কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্যই পূজাত এটি পুতলাও কিনিবলৈ আহৰি নাপালে ৷ কিন্তু কিয় ? শুনক হৰ্ষিতাৰ মুখেৰে......

পূজাত কিয় পুতলা নিকিনিলে ৰত্নাকৰৰ কণ্ঠশিল্পী হৰ্ষিতাই

ৰত্নাকৰ ছবিৰ এটা জনপ্ৰিয় ৰেপ চং । ৰেপ গীতটোত কণ্ঠদান কৰা শিল্পী চয়নিকাই ছবিৰ প্ৰচাৰৰ মাজতে আশিস ল'লে মা দুৰ্গাৰ ৷ পূজাৰ বতৰত ক'ত গৈছে কেনেকৈ পূজা উপভোগ কৰিছে সকলো কথা শুনক চয়নিকাৰ মুখেৰে.......

কেনেকৈ পূজা উপভোগ কৰিছে চয়নিকাই
Last Updated : Oct 9, 2019, 12:11 PM IST

ABOUT THE AUTHOR

...view details