অসম

assam

By

Published : Feb 5, 2020, 9:24 AM IST

ETV Bharat / state

পুনৰ নিয়াৰ জেৰাৰ সন্মুখীন অধ্যাপক অৰূপজ্যোতি শইকীয়া

পুনৰ "নিয়া"ৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হয় আই আই টি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান ৷ মঙলবাৰে পুৱাৰ পৰা সন্ধিয়ালৈ সোণাপুৰৰ নিয়াৰ কাৰ্যালয়ত দুয়োজনকে জেৰা চলোৱা দেখা যায় ।

সোণাপুৰ
জেৰাৰ সন্মুখীন

গুৱাহাটী,5 ফেব্ৰুৱাৰীঃগুৱাহাটী আই আই টি-ৰ অধ্যাপক অৰূপজ্যোতি শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান পুনৰ "নিয়া"ৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হয় । দীৰ্ঘসময় ধৰি নিয়াই জেৰা চলায় দুয়োজন ব্যক্তিকে । মঙলবাৰে পুৱাৰ পৰা সন্ধিয়ালৈ সোণাপুৰৰ নিয়াৰ কাৰ্যালয়ত দুয়োজনকে জেৰা চলোৱা দেখা যায় । লগতে কাৰাবন্দী অখিল গগৈৰ গোচৰ সন্দৰ্ভতো সোধ-পোছ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ চাহজাহানক ৷

জেৰাৰ সন্মুখীন

For All Latest Updates

TAGGED:

জেৰা

ABOUT THE AUTHOR

...view details