অসম

assam

ETV Bharat / state

'Hypertension'ৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব? - World hypertension day

গুৱাহাটী প্ৰেছ ক্লাৱত 'Heart care Society of Assam'ৰ সভাপতি ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই সম্বোধন কৰা এক সংবাদমেলত Hypertensionত ভোগা ৰোগীলৈ আগবঢ়ালে কিছু পৰামৰ্শ ৷

'Hypertension'ৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব?

By

Published : May 18, 2019, 3:18 AM IST

গুৱাহাটী,18 মেঃ 17 মে তাৰিখে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় 'World hypertension day' ৷ গুৱাহাটীৰ প্ৰেছ ক্লাৱটো 'World hypertension day' উপলক্ষে 'Heart care Society of Assam'য়ে আয়োজন কৰে এক সংবাদমেলৰ৷ সংবাদমেল সম্বোধন কৰে ছচাইটি খনৰ সভাপতি ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই ৷

'Hypertension'ৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব?

আজিৰ জীৱন প্ৰণালীত কেনেদৰে মানুহে নিজৰ স্বাস্থ্য প্ৰতি কি দৰে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত তথা Hypertensionৰ কাৰণ,প্ৰতিকাৰ আদি সম্বন্ধে সংবাদমেলত উল্লেখ কৰে ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই ৷

ABOUT THE AUTHOR

...view details