অসম

assam

ETV Bharat / state

"সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়"- প্ৰাণময় ৰাজগুৰু

জু ৰোডৰ বিস্ফোৰণত জড়িত আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুক শুকুৰবাৰে আদালত হাজিৰ কৰা হয় ৷ আদালতলৈ নিয়াৰ পূৰ্বে কেমেৰাৰ আগত ক'লে তেওঁ বিস্ফোৰণৰ লগত জড়িত নহয় ৷

"সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়"- প্ৰাণময় ৰাজগুৰু

By

Published : May 17, 2019, 4:45 PM IST

আদালতলৈ নিয়াৰ সময়ত বিস্ফোৰক ভাষ্য আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ-

  • "মই সংগ্ৰামৰ লগত জড়িত"
  • "এই সংগ্ৰাম অব্যাহত থাকিব"
  • "মোৰ দেশ, মোৰ জাতি, মোৰ স্বাভিমান"
  • "অসম কেতিয়াও ভাৰতৰ অংগ নহয় আৰু হ'ব নিদিও"
  • "দেশক ভাল পোৱা কেতিয়াও অপৰাধ নহয়"
  • "আৰু সেইয়া যদি অপৰাধ তেন্তে মই অপৰাধী"
  • "সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়"
  • "ঘৰত উদ্ধাৰ হোৱা সেইয়া কোনো বিস্ফোৰক নহয়"
    "সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়"- প্ৰাণময় ৰাজগুৰু

ABOUT THE AUTHOR

...view details