গুৱাহাটী, ১৯ মাৰ্চ :গুৱাহাটীৰ গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ (Garigaon rape case) তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এই ধৰ্ষণকাণ্ডৰ আন দুই অভিযুক্ত পৰিছে আৰক্ষীৰ জালত (Two other accused of Garigaon rape case arrested)। মৰিগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধর্ষণকাৰী পোনা আলী আৰু ফাইজুল আলীক ।
উল্লেখ্য যে, এই ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে । ইফালে আন দুই অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে (Two accused of Garigaon rape case are still absconding) ।
লগতে চাওক:গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ