ETV Bharat / state
Basistha Accident: বশিষ্ঠ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন, মৃত্যু এজনৰ - passenger vehicle falls in Basistha river
মহানগৰীৰ বশিষ্ঠ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা ৷ পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন ৷ বাহনখনত আছিল 5গৰাকী ব্যক্তি ৷ ঘটনাস্থলীতে মৃত্যু হয় এজন ব্যক্তিৰ


বশিষ্ঠ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন
By
Published : Dec 17, 2022, 6:01 PM IST
| Updated : Dec 17, 2022, 8:39 PM IST
বশিষ্ঠ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন - মহানগৰীৰ বশিষ্ঠ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা(Accident in Basistha temple)
- পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন
- বাহনখনত আছিল 5গৰাকী ব্যক্তি
- ঘটনাস্থলীতে মৃত্যু হয় এজন ব্যক্তিৰ
- দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল বনভোজলৈ অহা দল
- প্ৰশাসনৰ সহযোগত স্থানীয় লোকে উদ্ধাৰ কৰে বাহনখন
- গুৰুতৰভাৱে আহত 4গৰাকীলোকক চিকিৎসালয়লৈ প্ৰেৰণ
- বাহনখনত ব্যক্তি কেইগৰাকীয়ে সুৰাপান কৰি অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ
Last Updated : Dec 17, 2022, 8:39 PM IST