গুৱাহাটী, 5 মে': ভাগ্য সদায় প্ৰসন্ন ছিপাঝাৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক পৰমানন্দ ৰাজবংশীৰ। বহু বিতৰ্কৰ পাছতো অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হ'বলৈ সক্ষম হোৱা ৰাজবংশীয়ে ৰাজনীতিত খোজ দিয়েই বিধায়ক হ'বলৈ সক্ষম হ'ল।
অতুল বৰাক সাক্ষাৎ কৰিলে পৰমানন্দ ৰাজবংশীয়ে - সৰ্বানন্দ সোণোৱাল
বহু বিতৰ্কৰ পাছতো অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হ'বলৈ সক্ষম হোৱা পৰমানন্দ ৰাজবংশীয়ে ৰাজনীতিত খোজ দিয়েই বিধায়ক হ'বলৈ সক্ষম হ'ল।

অতুল বৰাক সাক্ষাৎ কৰিলে পৰমানন্দ ৰাজবংশীয়ে
অতুল বৰাক সাক্ষাৎ কৰিলে পৰমানন্দ ৰাজবংশীয়ে
বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মঙলবাৰে তেওঁ অগপ সভাপতি অতুল বৰাক তেওঁৰ দিছপুৰৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰে। সোমবাৰে তেওঁ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল। অতুল বৰাক সাক্ষাৎ কৰাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত ক'লে মনৰ কথা।