অসম

assam

ETV Bharat / state

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন পদ্ধতিৰে শিক্ষাদান শৈক্ষিক প্ৰতিষ্ঠানৰ - লক্ ডাউন শিথিল

ৰাজ্যত কিছু পৰিমাণে লক্ ডাউন শিথিল কৰা হৈছে যদিও বৰ্তমানেও খুলি দিয়া নাই শৈক্ষিক প্ৰতিষ্ঠানসমূহ ৷ সেই সূত্ৰে নতুন নতুন পদ্ধতিৰে শিক্ষাদান আৰম্ভ কৰিছে শৈক্ষিক প্ৰতিষ্ঠানসমূহে ৷

online classes during lock down
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন পদ্ধতিৰে শিক্ষাদান শৈক্ষিক প্ৰতিষ্ঠানৰ

By

Published : May 9, 2020, 8:53 PM IST

গুৱাহাটী,9 মে'ঃৰাজ্যত তৃতীয় পৰ্যায়ৰ লক্ ডাউন যদিও শিথিল কৰা হৈছে কিন্তু বৰ্তমানেও খুলি দিয়া নাই শৈক্ষিক প্ৰতিষ্ঠান সমূহ। তাৰ বিপৰীতে সময়ৰ লগত খাপ খোৱাই নতুন নতুন পদ্ধতিৰে শিক্ষাদান আৰম্ভ কৰিছে শৈক্ষিক প্ৰতিষ্ঠানসমূহে ৷

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন পদ্ধতিৰে শিক্ষাদান শৈক্ষিক প্ৰতিষ্ঠানৰ
এইক্ষেত্ৰত গুৱাহাটী মহানগৰীও পিছ পৰি ৰোৱা নাই। গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ শৈক্ষিক প্ৰতিষ্ঠানতে লক্ ডাউনৰ সময়ত যাতে ছাত্র ছাত্ৰী সকলৰ কোনো প্ৰকাৰে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন ক্লাছ আৰু হোৱাটছ্ এপ গ্ৰুপৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে।

ABOUT THE AUTHOR

...view details