অসম

assam

ETV Bharat / state

সোণাপুৰত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী

সোণাপুৰৰ ফংহাৰীত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী । খৰ্গটো বিক্ৰীৰ বাবে আনি থকা অৱস্থাত আটক চোৰাংচিকাৰীটো ।

সোণাপুৰত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী

By

Published : Apr 26, 2019, 9:12 PM IST

গুৱাহাটী,২৬ এপ্ৰিলঃ সোণাপুৰৰ ফংহাৰীত গঁড়ৰ খৰ্গসহ আটক এটা চোৰাংচিকাৰী । আমচাং বন্যপ্ৰানী অভয়াৰণ্যৰ বন বিভাগৰ এটা দলে গোপন সূত্ৰৰ পম খেদি গঁড়ৰ খৰ্গসহ আটক কৰে ৱাৰেন ৰাহাং নামৰ এটা গঁড় চিকাৰীক ।

সোণাপুৰত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী

জানিব পৰা মতে সোনাপুৰৰ ফংহাৰীত গঁড়ৰ খৰ্গ বিক্ৰীৰ উদ্দেশ্যেৰে অনা অৱস্থাতে আটকাধীন হয় চোৰাংচিকাৰীটো । গঁড়ৰ খৰ্গৰ লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা As 01 DB 0607 নম্বৰৰ বাহনখন । উল্লেখ্য যে,এই অভিযানযোগে মাত্ৰ এটা চোৰাং চিকাৰী আটক হয় যদিও বাকী দুটা চোৰাংচিকাৰীয়ে পলায়ন কৰে ঘটনাস্থলীৰ পৰা ।

পঢ়কঃচামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান

ABOUT THE AUTHOR

...view details