- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন(GMCH Incident)
- চিকিৎসালয়খনৰ চাদৰ পৰা পৰি মৃত্যু এজন ব্যক্তিৰ
- মৃত লোকজন গৰ্গ পাটোৱাৰী(৪৮)
- লোকজনৰ ঘৰ সৰ্থেবাৰীত
- মহেশ্বৰ ডেকা নামৰ এগৰাকী ৰোগীৰ সৈতে আছিল ব্যক্তিজন
- চাদৰ পৰা পৰি যোৱাৰ ফলত মৃত্যুৰ সন্দেহ চিকিৎসালয় কৰ্তৃপক্ষৰ(One dies after falling from a roof in GMCH )
- চিকিৎসালয়খনৰ চেন্ট্ৰেল ফাৰ্মাচীৰ সন্মুখত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল গৰ্গ পাটোৱাৰী
- ততাতৈয়াকৈ চিকিত্সালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয় গৰ্গ পাটোৱাৰীৰ
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
GMCH Incident: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাদৰ পৰা পৰি এজনৰ মৃত্যু - GMCH Incident
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন । চিকিৎসালয়খনৰ চাদৰ পৰা পৰি মৃত্যু হৈছে এজন ব্যক্তিৰ(One dies after falling from a roof in GMCH ) । মৃত লোকজন গৰ্গ পাটোৱাৰী(৪৮) বুলি চিনাক্ত কৰা হৈছে।
GMCH Incident: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাদৰ পৰা পৰি এজনৰ মৃত্যু
TAGGED:
GMCH Incident