অসম

assam

ETV Bharat / state

Fency bazar road accident: ফাঁচী বজাৰত ৰচীত লাগি মৃত্যু এজনৰ - one died in Fency bazar road accident

ফাঁচী বজাৰত পথ দুৰ্ঘটনা(Fency bazar road accident) ৷ পথৰ মাজত টানি থোৱা ৰচীত লাগি মৃত্যু এজনৰ ৷

one-died-in-fency-bazar-road-accident
Fency bazar road accident: থিতাতে মৃত্যু এজনৰ

By

Published : Oct 23, 2022, 1:31 PM IST

  • ফাঁচীবজাৰত কৰুণ দুৰ্ঘটনা
  • পথৰ মাজত টানি থোৱা ৰচীত লাগি মৃত্যু এজনৰ(Fency bazar road accident)
  • প্ৰশাসনক নজনোৱাকৈ পথৰ মাজত টানি থৈছিল ৰচী
  • নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰচী
  • পথটোৰে আহি থকা বাইক আৰোহীৰ ডিঙিত ৰচী ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো
  • থিতাতে মৃত্যু হয় বাইক আৰোহীজনৰ
  • মৃত যুৱকজন অজিত ঝা বুলি জানিব পৰা গৈছে

ABOUT THE AUTHOR

...view details