অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে ৰে'ল বিভাগৰ স্বচ্ছতা অভিযান

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ সকলো বিভাগ তথা কাৰ্যালয় সম্পূৰ্ণৰূপে বিজাণুমুক্ত কৰাৰ পদক্ষেপ হাতত লৈছে কৰ্তৃপক্ষই। শুকুৰবাৰেও মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয় ছেনিটাইজ কৰা হয়।

NF railway
NF railway

By

Published : Aug 15, 2020, 2:20 AM IST

গুৱাহাটী, 14 আগষ্ট : স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত স্বচ্ছতাৰ এক বিশেষ অভিযান আৰম্ভ হৈছে । যোৱা ১০ আগষ্টৰ পৰা আৰম্ভ হোৱা এই অভিযান ১৬ আগষ্টত অন্ত পৰিব। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ সকলো বিভাগ তথা কাৰ্যালয় সম্পূৰ্ণৰূপে বিজাণুমুক্ত কৰাৰ পদক্ষেপ হাতত লৈছে কৰ্তৃপক্ষই।

স্বাধীনতা দিৱস উপলক্ষে ৰে'ল বিভাগৰ স্বচ্ছতা অভিযান

সেই অনুসৰি শুকুৰবাৰেও মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয় ছেনিটাইজ কৰা হয়। লগতে নিউ গুৱাহাটীৰ কাৰ্যালয়সমূহো ছেনিটাইজ কৰে। ইফালে কৰ'ণাৰ ভয়াৱহতাৰ বাবেই অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে ৭৪ সংখ্যক স্বাধীনতা দিৱস। যাৰ বাবে বিশেষ চাফ-চিকুণতাৰ অভিযান চলায় আছে ৰে'ল কৰ্তৃপক্ষই ।
লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details