সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা পৰিবহন বিভাগ
সুৰাপান কৰি বাহন চলোৱা সকলৰ ওপৰত কঠোৰ হৈছে ৰাজ্যৰ পৰিবহন বিভাগ ৷ সমান্তৰালভাৱে বুধবাৰে গোলাঘাট জিলাত চলিল আৰক্ষীৰ অভিযান (Golaghat traffic police strict against drink and drive)। ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা গধুৰ বাহনৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থা ৷
ISRO ৰ বিজ্ঞানীৰ ৰূপত আন এগৰাকী অসম সন্তান
নিজৰ একাগ্ৰতা আৰু সাধনাৰে ৰাজ্যবাসীক পুনৰ গৌৰৱান্বিত কৰিলে এজন অসম সন্তানে । এইবাৰ ইছৰ’(ISRO) ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা(Assamese People in ISRO) । অলকেশ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation) চমুকৈ ইছৰ’ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে তিতাবৰৰ লগতে সমগ্ৰ ৰাজ্যবাসী । তিতাবৰ মাজগাঁৱৰ নিবাসী পৰাগ কলিতা আৰু বৰ্ণালী কলিতাৰ পুত্ৰ অলকেশ কলিতাই ৮ জানুৱাৰীত চণ্ডীগড়ৰ SCL ত ইছৰ’ৰ বিজ্ঞানী হিচাপে যোগদান কৰিব । ছাত্ৰ অৱস্থাৰে পৰা অত্যন্ত মেধাৱী অলকেশৰ সৈতে ETV Bharat Assam ৰ সাংবাদিক অনমোল যাদৱৰ এক আছুতীয়া সাক্ষাৎকাৰ...
Lok Sabha Speaker Assam Visit : অসম বিধানসভাত ভাষণ দিব লোকসভাৰ অধ্যক্ষই
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে ভাষণ ৰাখিব অসম বিধান সভাৰ মজিয়াত(Lok Sabha Speaker to address Assam Legislative Assembly) ৷ ইয়াৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে বিধানসভা টিভি নামেৰে মুকলি কৰিব এটা ডিজিটেল চেনেলৰ ৷
Madarkhat Tea Garden: বন্ধ হোৱাৰ দিশে 120 বছৰীয়া মদাৰখাট চাহ বাগিচা
যি সময়ত চৰকাৰে চাহ শ্ৰমিকৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে (Scheme by Assam Govt for Tea workers), সেই সময়তে অৱহেলিত হৈছে এখন পুৰণি চাহ বাগিচা ৷ ডিব্ৰুগড়ৰ মদাৰখাট চাহ বাগিচাখন বিগত তিনিমাহে বন্ধ হৈ আছে (Madarkhat tea garden towards closure) ৷ বাগিচাখনত কৰ্মৰত শ্ৰমিকসকলৰ খাদ্যৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷
Isha Thapa death case : নৌ সেনাৰ বিষয়াৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ
হত্যা নে আত্মহত্যা ! ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ইশা থাপাৰ মৃত্যুৰ ঘটনা 9Isha Thapa death case)৷ শ্ৰীলংকাত কেনেকৈ মৃত্যু হ’ল ইশাৰ ? স্বামীগৃহৰ মতে আত্মহত্যা আৰু পিতৃগৃহৰ মতে পৰিকল্পিত হত্যা ৷ ইশাৰ লগতে হেৰাই গ’ল নেকি প্ৰকৃত সত্য ৷