গুৱাহাটী , ১৭ মাৰ্চ :সমাগত ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচন । সকলোতে বিয়পিছে নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী বতাহ ।
শিলপুখুৰীৰ বজাৰত মোডী চোলা - মোডী চোলা
বিক্ৰেতাই নিজে পিন্ধি বিক্ৰী কৰিছে মোডী চোলা

মোডী চোলা
মোডী চোলা
নিৰ্বাচনৰ চমক দেখুৱাবলৈ কোন সমৰ্থ অথবা কোনে জনপ্রিয়তাৰ শীৰ্ষত সেয়া এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয়। ইপিনে মোডীৰ জনপ্ৰিয়তা ইমানেই বেছি হৈছে যে ব্যৱসায়ীয়ে দোকানৰ আগত উলমাইছে মোডী চোলা ।বিক্ৰীৰ বাবে অনা ব্যৱসায়ীয়ে মোডীৰ চোলা পিন্ধিয়ে বিক্ৰী কৰিছে মোডী চোলা। এইমোডী চোলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।