গুৱাহাটী, 26 অক্টোবৰ :মঙলবাৰে প্ৰকাশ পালে নতুন এছ অ’ পি ৷ নতুন এছ অ’ পি অনুসৰি ৰাজ্যত সান্ধ্য আইনৰ সময় এঘণ্টালৈ হ্ৰাস ৷ অৰ্থাৎ এতিয়াৰে পৰা নিশা 11 বজাৰ সলনি ১০ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০ জন লোকক উপস্থিত থকাৰ অনুমতি ৷ মঙলবাৰৰ পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন । বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০ জন লোকক উপস্থিত থকাৰ অনুমতি।