অসম

assam

ETV Bharat / state

২২ মাৰ্চত ছবিঘৰলৈ আহিব নতুন অসমীয়া ছবি 'কানীন'

আজি মুক্তি পালে "শুই থকা আবেগ"

মঞ্জুল বৰুৱা পৰিচালিত ছবি 'কানীন'ৰ গীত মুক্তি

By

Published : Mar 3, 2019, 4:55 PM IST

গুৱাহাটী,৩ মাৰ্চ : মুক্তি পালে নতুন অসমীয়া চিনেমা 'কানীন'ৰ এটি গীত ।আজিগুৱাহাটী প্ৰেছ ক্লাৱত তৰালী শৰ্মাই কণ্ঠদান কৰা "শুই থকা আবেগ " শীৰ্ষক গীতটিৰ শুভ মুক্তি দিয়ে ৰমেন চৌধুৰীদেৱে ।

মঞ্জুল বৰুৱা পৰিচালিত ছবি 'কানীন'ৰ গীত মুক্তি


ৰীতা চৌধুৰীৰ উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মিত মঞ্জুল বৰুৱা পৰিচালিত ছবিখনত সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই ।ছবিখনত অভিনয় কৰিছে অসমীয়া ছবি জগতৰ কেইবাগৰাকীও বিশিষ্ট অভিনেতা-অভিনেত্ৰীৰ লগতে নতুন প্ৰজন্মৰ কেইবাগৰাকী কলা-কুশলী ।

২২ মাৰ্চত মুক্তি পাবলগীয়া ছবিখনক লৈ আশাবাদী পৰিচালকৰ লগতে ছবিখনৰ জড়িত কলা-কুশলীসকল ।

ABOUT THE AUTHOR

...view details