গুৱাহাটী,১৪ আগষ্ট: লক ডাউনৰ ফলত বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া এক উথপথপ পৰিৱেশ । চিৰিখানালৈ আহিছে দুই আলহী। সেয়েহে এই আলহীক লৈয়ে এতিয়া ব্যস্ত হৈ পৰিছে চিৰিয়াখানা কর্তৃপক্ষ ।
অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান ! চিৰিয়াখানাৰ ৰাণী আৰু কাজীয়ে জন্ম দিলে দুটা পোৱালি । সেয়েহে ইয়াক লৈয়ে এতিয়া সকলোৰে মাজত উছাহ। লগতে আহিল আন এটা সোনালী বান্দৰৰ পোৱালিও ।
অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান ! কাজী হৈছে চিৰিয়াখানাৰ এজনি বাঘিণী আৰু ৰাণী সিংহ । এই ৰাণী আৰু কাজীয়ে লক ডাউনৰ মাজতে জন্ম দিলে এটাকৈ পোৱালি । চিৰিয়াখানা কর্তৃপক্ষই বাঘৰ পোৱালিটোৰ নাম থলে চুলতান । একে ধৰণে সিংহৰ পোৱালিটোৰ নাম থলে চিম্বা ।
অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান ! চিৰিয়াখানা কর্তৃপক্ষই জানিবলৈ দিয়া মতে,কৰণাৰ আতংক সমাপ্ত হৈ উঠাৰ পিছতেই হয়তো সোনকালেই চিৰিয়াখানা খুলিব পৰা যাব আৰু তেতিয়াই দৰ্শনাৰ্থীয়ে এই দুই আলহিক চাব পাৰিব ।
অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান ! লগতে চাওকঃ চিৰাঙত বন বিভাগৰ অভিযানত জব্দ 4 খনকৈ কাঠভৰ্তি বাহন