গুৱাহাটী,13 ফেব্ৰুৱাৰী:দেওবাৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাবে মুকলি কৰিব খানাপাৰা আৰু গণেশগুৰিস্থিত পদপথৰ 2খনকৈ উৰণীয়া সেঁতু ৷ তাৰ উপলক্ষে শনিবাৰে আটকধুনীয়াকৈ আকৰ্ষণীয় আলোকসজ্জাৰে সজাই তোলা হৈছে দুয়োখন উৰণীয়া সেঁতু ৷
দেওবাৰে মহানগৰীৰ পদপথত মুকলি হ’ব 2খনকৈ উৰণীয়া সেঁতু - পদপথ
দেওবাৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাবে মুকলি কৰিব খানাপাৰা আৰু গণেশগুৰিস্থিত পদপথৰ 2খনকৈ উৰণীয়া সেঁতু ৷ লোকনিৰ্মাণ বিভাগে মহানগৰী গুৱাহাটীৰ পদপথত নিৰ্মাণ কৰিবলগা 9খন উৰণীয়া সেঁতুৰ ভিতৰত এই দুয়োখন সেঁতু অন্যতম ৷

দেওবাৰে মহানগৰীৰ পদপথত মুকলি হ’ব 2খনকৈ উৰণীয়া সেঁতুদেওবাৰে মহানগৰীৰ পদপথত মুকলি হ’ব 2খনকৈ উৰণীয়া সেঁতু
দেওবাৰে মহানগৰীৰ পদপথত মুকলি হ’ব 2খনকৈ উৰণীয়া সেঁতু
উল্লেখ্য যোগ্য যে,খানাপাৰাৰ পদপথৰ উৰণীয়া সেঁতুখন অতি উন্নত কাৰিকৰী কৌশল প্ৰয়োগ কৰি বাঁহেৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি তোলা হৈছে ৷ ইপিনে, লোকনিৰ্মাণ বিভাগে মহানগৰী গুৱাহাটীৰ পদপথত 9খনকৈ উৰণীয়া সেঁতু নিৰ্মাণ কৰিব ৷ ইয়াৰে এ বি চি পইণ্ট, খ্ৰীষ্টানবস্তিৰ পদপথৰ উৰণীয়া সেঁতু ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে ৷
লগতে পঢ়কঃশোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ