গুৱাহাটী,6 মাৰ্চঃ এক অমৰ প্ৰেম কাহিনী যি প্ৰেম কাহিনীক ৰূপালী পৰ্দালৈ আনিব বিচাৰিছে তিনিজনকৈ প্ৰযোজকে । দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ নিঃস্বাৰ্থ প্ৰেমক পূৰ্ণদৈঘ্য ছবিৰ ৰূপ দিবলৈ আগবাঢ়িছে ছবি নিৰ্মাতা সঞ্জীৱ দে,অভিনেত্ৰী মন্দাকিনী গোস্বামী আৰু চাহ ব্যৱসায়ী অমিত মালপানীয়ে । বায়'পিকৰ ৰূপত দুই ব্যক্তিৰ জীৱন কাহিনীক পূৰ্ণদৈঘ্যৰ ছবিত পৰিণত কৰিব বিচৰা তিনিও গৰাকী প্ৰযোজকৰ সৈতে আমাৰ সাংবাদিকৰ এক আছুতীয়া সাক্ষাৎকাৰ ।
এইবাৰ ৰূপালী পৰ্দাত দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ অমৰ প্ৰেম কাহিনী - new film on deepali borthakur
তিনিগৰাকী প্ৰযোজকৰ প্ৰচেষ্টাত ৰূপালী পৰ্দাত প্ৰাণ পাব প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু সুকণ্ঠী শিল্পী দীপালি বৰঠাকুৰৰ অমৰ প্ৰেম কাহিনী ৷ ছবিখনৰ প্ৰযোজকসকলৰ সৈতে ই টি ভি ভাৰতৰ সাংবাদিকৰ এক আছুতীয়া সাক্ষাৎকাৰ.....

এইবাৰ ৰূপালী পৰ্দাত দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ অমৰ প্ৰেম কাহিনী
ৰূপালী পৰ্দাত দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ অমৰ প্ৰেম কাহিনী