গুৱাহাটী, 29 নৱেম্বৰ: ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ ভাৰতীয় প্ৰশাসনিক বিষয়া ভাস্কৰ জ্যোতি মহন্তৰ । উল্লেখ্য যে তিনি মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰা হৈছিল বৰ্তমানৰ আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ ৷ অৱশেষত শনিবাৰে আনুষ্ঠানিকভাবে অৱসৰ গ্ৰহণ কৰিব কুলধৰ শইকীয়াই। জানিব পৰা মতে, বৰ্তমানলৈ UPSC য়ে চূড়ান্ত কৰা নাই অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান কোন হ'ব ৷
অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত - অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত
জানিব পৰা মতে, বৰ্তমানলৈ UPSC য়ে চূড়ান্ত কৰা নাই অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান ।
অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান