গুৱাহাটী, 1 নবেম্বৰ : দেওবাৰে পুৱাৰ ভাগত মা কামাখ্যা ধামত উপস্থিত হয় ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱা। পৰিয়াল সহিতে মা কামাখ্যাৰ আশিস ল'লে মুখ্য সচিব গৰাকীয়ে। শনিবাৰে মুখ্য সচিব ৰূপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছিল জিষ্ণু বৰুৱাই।
মা কামাখ্যাৰ আশিস ল'লে ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই - Kamakhya Temple
ৰাজ্যৰ মুখ্য সচিব ৰূপে নিযুক্তি লাভ কৰিয়েই মাৰ আশিস ল'লে জিষ্ণু বৰুৱাই । ইফালে ৰাইজৰ মংগলৰ লগতে নিজৰ নতুন কৰ্মজীৱন সুকলমে আগবাঢ়ি যোৱাৰ কামনাৰে কামাখ্যা মন্দিৰত বিশেষ পূজা-অৰ্চনা আগবঢ়াই ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই ।

মা কামাখ্যা
ৰাজ্যৰ মুখ্য সচিব ৰূপে নিযুক্তি লাভ কৰিয়েই মাৰ আশিস ল'লে জিষ্ণু বৰুৱাই । ইফালে ৰাইজৰ মংগলৰ লগতে নিজৰ নতুন কৰ্মজীৱন সুকলমে আগবাঢ়ি যোৱাৰ কামনাৰে কামাখ্যা মন্দিৰত বিশেষ পূজা-অৰ্চনা আগবঢ়াই ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই । ৰাজ্যৰ মুখ্য সচিবগৰাকীৰ সময়চোৱাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় কামাখ্যা ধাম চৌহদত।
লগতে পঢ়ক :JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা