অসম

assam

ETV Bharat / state

পখিলা আহিব বিশ্ববিদ্যালয়লৈ - DONBOSCO UNIVERSITY NEWS

মহানগৰীৰ আজাৰাস্থিত ডনবস্ক' বিশ্ববিদ্যালয়ে লৈছে বিশেষ পদক্ষেপ ৷ ভিন্নৰঙী পখিলাক আশ্ৰয় প্ৰদান কৰিব ডনবস্ক' বিশ্ববিদ্যালয়ে ৷

পখিলা আহিব বিশ্ববিদ্যালয়লৈ

By

Published : Aug 15, 2019, 11:30 PM IST

গুৱাহাটী,15 আগষ্টঃঅসম তথা উত্তৰ পূৰ্বাঞ্চল বিভিন্ন প্ৰজাতিৰ পখিলাৰ বাসস্থান যদিও জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ ফলত কেইবাটাও প্ৰজাতিৰ পখিলা সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা । ডনবস্ক' বিশ্ববিদ্যালয়ে পখিলাৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা এই পদক্ষেপৰ জৰিয়তে বাগিচাখনে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ।

পখিলা আহিব বিশ্ববিদ্যালয়লৈ

ABOUT THE AUTHOR

...view details