গুৱাহাটী,28 এপ্ৰিলঃ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বাসগৃহত দেখা গ'লমুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীক ৷ গোস্বামীয়ে বৰুৱাৰ বেলতলাস্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ খা-খবৰ আৰু স্বাস্থ্যৰ বুজ লয় ৷ লগতে লক ডাউনৰ সময়ছোৱাত তেখেতে কেনেদৰে সময় কটাইছে,সেই বিষয়েও মত বিনিময় কৰে বৰুৱাৰ লগত ৷
নীলপৱন বৰুৱাৰ বাসগৃহত হৃষীকেশ গোস্বামী - বেলতলাস্থিত বাসগৃহত
কেনে আছে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা,খবৰ ল'লে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে মঙলবাৰে ৷

নীলপৱন বৰুৱাৰ বাসগৃহত হৃষীকেশ গোস্বামী
লগতে পঢকঃ কৰ'ণা ভাইৰাছ ভাৰতৰ বাবে ছদ্মবেশী আশীৰ্বাদঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী