অসম

assam

ETV Bharat / state

নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত বৃক্ষ ৰোপন - NARENGI ARMY PUBLIC SCHOOL TREE PLANTATION NEWS

অনুষ্ঠানত সেনা শিবিৰৰ জন সম্পৰ্কৰক্ষী বিষয়া লেফটেনেন্ট কৰ্ণেল পি কং চাইকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰীকে ধৰি ভালেমান লোক উপস্থিত থাকে

নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত বৃক্ষ ৰোপন

By

Published : Aug 27, 2019, 6:05 PM IST

গুৱাহাটী,27 আগষ্টঃ মঙলবাৰে মহানগৰী নাৰেংগীৰ সেনা শিবিৰস্থিত আৰ্মি পাব্লিক স্কুলত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নাৰেংগী সেনা শিবিৰৰ 51 চাব এৰিয়াৰ মেজৰ জেনেৰেল জাৰকেন গাম্বলীনে শুভাৰম্ভ কৰে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ । বৃক্ষ ৰোপণ কৰি মেজৰ জেনেৰেল জনে ছাত্র ছাত্ৰীসকলক গছ গছনিৰ উপকাৰিতাৰ বিষয়ে আলোকপাত কৰে। বৃক্ষৰোপণৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ সেনা বিষয়াজনে সকলোকে আহ্বান জনায়। অনুষ্ঠানত সেনা শিবিৰৰ জন সমন্বয় ৰক্ষী বিষয়া লেফটেনেন্ট কৰ্ণেল পি কং চাইকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰীকে ধৰি ভালেমান লোক উপস্থিত থাকে

নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত বৃক্ষ ৰোপন

ABOUT THE AUTHOR

...view details