গুৱাহাটী,29ছেপ্টেম্বৰঃ দেওবাৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত ৰুদ্ৰাক্ষ শ্বপিং মল'ত মিছেছ ইণ্ডিয়া 2019 ৰ প্ৰাৰম্ভিক প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰাৰম্ভিক প্ৰতিযোগিতাত অসমৰ ভিন্ন স্থানৰ পৰা অহা মহিলা সকলে অংশ গ্ৰহণ কৰে ।
মহানগৰীত মিছেছ ইণ্ডিয়া 2019 ৰ প্ৰাৰম্ভিক প্ৰতিযোগিতা - ৰুদ্ৰাক্ষ শ্বপিং মল'
ৰুদ্ৰাক্ষ শ্বপিং মল'ত মিছেছ ইণ্ডিয়া 2019 ৰ প্ৰাৰম্ভিক প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰাৰম্ভিক প্ৰতিযোগিতাত অসমৰ ভিন্ন স্থানৰ পৰা অহা মহিলা সকলে অংশ গ্ৰহণ কৰে ।
![মহানগৰীত মিছেছ ইণ্ডিয়া 2019 ৰ প্ৰাৰম্ভিক প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4595855-954-4595855-1569787336413.jpg)
মহানগৰীত মিছেছ ইণ্ডিয়া 2019 ৰ প্ৰাৰম্ভিক প্ৰতিযোগিতা
মহানগৰীত মিছেছ ইণ্ডিয়া 2019 ৰ প্ৰাৰম্ভিক প্ৰতিযোগিতা
উল্লেখ্য যে এই প্ৰতিযোগিতাৰ বাবে সমগ্ৰ দেশৰ পৰা কেৱল 40 গৰাকী মহিলাক বাচনি কৰা হ'ব ৷ লগতে 8 ডিচেম্বৰত গুড়গাঁৱত চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব । অসমৰ পৰা বাচনি হোৱা মহিলা সকলে গুড়গাঁৱৰ চূড়ান্ত প্ৰতিযোগিতাত পোনপটীয়াকৈ ভাগ লব পাৰিব বুলি জনায় মিছেছ ইণ্ডিয়া 2019 ৰ ডিৰেক্টৰ কৃষ্টি দাসে ।