গুৱাহাটী, 31 মে': দিহিং পাটকাই বৰ্ষাৰণ্য সন্দৰ্ভত চৰকাৰে লোৱা ভূমিকাত ক্ষুব্ধ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ শনিবাৰে অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুল্কবৈদ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিহিং পাটকাই সম্পৰ্কে, সংবাদমেল যোগে উল্লেখ কৰা ভাষ্যসমূহৰ প্ৰত্যুত্তৰ দিয়ে সাংসদগৰাকীয়ে ৷
দিহিং পাটকাই সন্দৰ্ভত চৰকাৰে লোৱা ভূমিকাত ক্ষুব্ধ সাংসদ প্ৰদ্যুৎ বৰদলৈ - সাংসদ প্ৰদ্যুৎ বৰদলৈ
জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাই বৰ্ষাৰণ্য সন্দৰ্ভত, বনমন্ত্ৰী পৰিমল শুল্কবৈদ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেলযোগে কৰা ভাষ্যৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

mp pradyut bardalai's rection against minister primal suklabadya and chandramohan patowary
দিহিং পাটকাই সন্দৰ্ভত চৰকাৰে লোৱা ভুমিকাত ক্ষুব্ধ সাংসদ প্ৰদ্যুৎ বৰদলৈ
মন্ত্ৰী দুগৰাকীৰ ভাষ্যক মিথ্যাচাৰ আখ্যা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অভয়াৰণ্য খনত দীৰ্ঘদিনে চলি থকা অবৈধ কয়লা খনন সন্দৰ্ভত চৰকাৰে লোৱা ভূমিকাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংসদ বৰদলৈয়ে ৷
লগতে পঢ়কঃদিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চৰকাৰে