অসম

assam

ETV Bharat / state

"ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই" -মুমিনুল আৱাল - গুৱাহাটী

"ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই ৷ ৰাম যুগস্ৰষ্টা মহান ব্যক্তি, গতিকে তেওঁৰ জয় কোৱাত বাধা থাকিব নোৱাৰে" ৷- বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ চৈয়দ মুমিনুল আৱাল

"ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই" -মুমিনুল আৱাল

By

Published : Jul 28, 2019, 7:53 PM IST

গুৱাহাটী,28জুলাইঃ

  • "ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই"- বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ চৈয়দ মুমিনুল আৱাল
  • "ৰাম যুগস্ৰষ্টা মহান ব্যক্তি, গতিকে তেওঁৰ জয় কোৱাত বাধা থাকিব নোৱাৰে"
  • "ইচলামধৰ্মী লোকে হনুমান, যিশু খ্ৰীষ্ট, শংকৰগুৰুৰ নামতো জয়ধ্বনি দিব পাৰে"
  • "মহাপুৰুষৰ জয় কোৱাটো ধৰ্মীয় অপৰাধ হ’ব নোৱাৰে"
  • "ধৰ্মীয় উত্তেজনা সৃষ্টিৰে একাংশই ৰাইজৰ কাম কৰি থকা চৰকাৰখনক শ’লঠেকত পেলাবলৈ আৰু অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ উদ্দেশ্যে ’জয় শ্ৰী ৰাম’ ধ্বনিত সাম্প্ৰদায়িক ৰহণ সানিব বিচাৰে"
  • "২০২১ চনত দিছপুৰত পুনৰ বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব"
    "ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই" -মুমিনুল আৱাল

ABOUT THE AUTHOR

...view details