গুৱাহাটী,12 ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে অসমৰ গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলক চিনাক্তকৰণ কৰিবলৈ ২০১৯-২০২০ বর্ষৰ ১০০ কোটি টকা ধার্য কৰি নিগম গঠন ঘোষণাৰ পিছতে মঙলবাৰে গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলক কেইবাটাও দল-সংগঠনৰ লগত এক বৈঠকত মিলিত হয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্ত । চৰকাৰে অতি শীঘ্ৰে গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলৰ জৰীপ আৰম্ভ কৰিব আৰু চৰকাৰৰ এই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছে জনগোষ্ঠীয় সমন্বয় পৰিষদ তথা অসমৰ মুখ্য আহ্বায়ক চৈয়দ মমিনুল আৱালে।
গৰিয়া-মৰিয়া, দেশী,জলহা মুছলমান সকলক কি আহ্বান মমিনুল আৱালৰ ? - গৰিয়া-মৰিয়া, দেশী,জলহা মুছলমান সকলক কি আহ্বান মমিনুল আৱালৰ ?
অসমৰ গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলক নামৰ পিছত জনগোষ্ঠীয় পৰিচয় লিখাৰ আহ্বান মমিনুল আৱালৰ। তেওঁৰ মতে, নামৰ পিছত জনগোষ্ঠীয় পৰিচয় লিখিলে ইয়াৰ জৰিয়তে চিনাক্তকৰণ কৰিব পৰা যাব অসমৰ গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলক। কি
মমিনুল আৱালৰ সংবাদমেল