গুৱাহাটী,20 জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি ৷ গুৱাহাটীৰ কেইবাখনো শিক্ষানুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীৰ এই অনুষ্ঠান প্ৰচাৰিত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ সমান্তৰালকৈ গুৱাহাটীৰ টি চি ছোৱালী উচ্চতৰ মাধ্যামিক বিদ্যালয়তো অনুৰূপ দৃশ্য দেখিবলৈ পোৱা যায় ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে কয় যে,‘ ইয়াৰ দ্বাৰা আমি বহুত নজনা কথা জানিব পাৰিছো লগতে আমি ইয়াৰ পৰা বহু পৰিমাণে অনুপ্ৰাণিত হৈছো ৷ পৰীক্ষাৰ সময়ত ইয়াৰ পৰা আমি আমাৰ আত্মবিশ্বাস অধিক মজবুত কৰিব পাৰিম ৷’
‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি - pariksha pe charcha
গুৱাহাটীৰ কেইবাখনো শিক্ষানুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠান প্ৰচাৰিত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ সমান্তৰালকৈ গুৱাহাটীৰ টিছি ছোৱালী উচ্চতৰ মাধ্যামিক বিদ্যালয়তো অনুৰূপ দৃশ্য দেখিবলৈ পোৱা যায় ৷
![‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি Modi's pariksha pe charcha get huge support in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5778489-thumbnail-3x2-g.jpg)
‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি
‘পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অসমত ব্যাপক সঁহাৰি
আনহাতে, টি চি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক চিৰঞ্জীৱ ডাঙৰীয়াই কয়, ‘এই অনুষ্ঠানটো সময়োপযোগী হৈছে, ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হ’ব ৷