অসম

assam

ETV Bharat / state

ৰাজ্যত মুকলি কৰি দিয়া হ'ল ম'বাইল ইণ্টাৰনেট সেৱা - MOBILE INTERNET SEVERE RESUME IN ASSAM

MOBILE INTERNET SEVERE RESUME IN ASSAM
ৰাজ্যত মুকলি কৰি দিয়া হ'ল ম'বাইল ইণ্টাৰনেট সেৱা

By

Published : Dec 20, 2019, 9:23 AM IST

Updated : Dec 20, 2019, 10:01 AM IST

09:21 December 20

11 ডিচেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছিল ম'বাইল ইণ্টাৰনেট সেৱা

ৰাজ্যত পুনৰ উপলব্ধ হ'ল ম'বাইল ইণ্টাৰনেট সেৱা

পুৱা 9 বজাৰ পৰা ম'বাইল ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছে

9 দিনৰ অন্তত ৰাজ্যত উপলব্ধ হ'ল ম'বাইল ইণ্টাৰনেট সেৱা

11 ডিচেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছিল ম'বাইল ইণ্টাৰনেট সেৱা

বৃহস্পতিবাৰৰ পৰা ম'বাইল ইণ্টাৰনেট মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে

CAA বিৰোধী আন্দোলন স্তিমিত কৰিবৰ বাবে ম'বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল ৰাজ্য চৰকাৰে

Last Updated : Dec 20, 2019, 10:01 AM IST

ABOUT THE AUTHOR

...view details