গুৱাহাটী,২৫ মাৰ্চঃ অসমৰ এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক চক্ৰপাণি পৰাশৰৰ আক্ৰমণৰ লগত জড়িত চাৰিজন অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ।
আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ চক্ৰপাণি পৰাশৰৰ আক্ৰমণকাৰীক - চক্ৰপাণি পৰাশৰ
, বৃহস্পতিবাৰে নিশা এলবাৰ ইটছৰ নামৰ ৰেষ্টুৰেণ্টখনৰ মালিক চৈয়দ আলী আহমেদ ,নিৰজ আহমেদ ভৱেশ দাস আৰু নিতীন শর্মাই লগ লাগি সাংবাদিকগৰাকীক কাৰ্যালয়ৰ চৌহদতে চুৰিৰে আক্ৰমণ কৰিছিল । মুঠ চাৰিজন অভিযুক্তক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷
আৰক্ষীৰ জিম্মাত সাংবাদিক চক্ৰপাণি পৰাশৰৰ আক্ৰমণকাৰী