বন্যাৰ্তলৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এমাহৰ বেতন - এমাহৰ বেতন
সোমবাৰে বন্যাৰ্তৰ সহায়ৰ বাবে 1,40,000 টকাৰ চেক আগবঢ়ালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ৷

বন্যাৰ্তলৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এমাহৰ বেতন
গুৱাহাটী,22 জুলাইঃ বানাক্ৰান্তৰ সহায়ৰ বাবে আগবাঢ়ি আহিল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। নিজৰ এমাহৰ দৰমহা আগবঢ়ালে মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ। সোমবাৰে বন্যাৰ্তৰ সহায়ৰ বাবে 1,40,000 টকাৰ চেক আগবঢ়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত। ইতিমধ্যেই বানত সৰ্বস্বান্ত হেৰুৱাই লোকসকলৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন ।