গুৱাহাটী, ১১ মাৰ্চ :লোকসভা নিৰ্বাচনৰ দিন ঘোষনাৰ পাচতে তৎপৰ হৈ পৰিছে কংগ্ৰেছ । ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সজাতি দলে ।
লোকসভা নিৰ্বাচনৰ দিন ঘোষনাৰ পাচতে তৎপৰ কংগ্ৰেছ - স্মাৰক প্ৰত্ৰ
নিৰ্বাচনী বিষয়ালৈ স্মাৰক প্ৰত্ৰ প্ৰদান কংগ্ৰেছ দলৰ
![লোকসভা নিৰ্বাচনৰ দিন ঘোষনাৰ পাচতে তৎপৰ কংগ্ৰেছ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2660731-372-f82d3f49-9f82-41d3-a51d-3439dc0d7206.jpg)
নিৰ্বাচনী বিষয়ালৈ স্মাৰক প্ৰত্ৰ প্ৰদান
নিৰ্বাচনী বিষয়ালৈ স্মাৰক প্ৰত্ৰ প্ৰদান
ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সজাতি দলে গুৱাহাটীৰ ৰাজপথত থকা চৰকাৰী বিজ্ঞাপনৰ বেনাৰ আতৰ কৰাৰ বাবে নিৰ্বাচনী বিষয়াক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে । ইয়াৰোপৰিও স্বচ্ছ নিকা নিৰ্বাচন অনুস্থিত কৰিবলৈ দাবী জনায় কংগ্ৰেছ দলটোৱে ।