অসম

assam

ETV Bharat / state

ঘোষনা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ছাত্ৰীৰ তুলনাত এইবেলি ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক ৷ এইবেলি পৰীক্ষাত 62.69 শতাংশ ছাত্ৰ আৰু 57.99 শতাংশ ছাত্ৰী উত্তীৰ্ণ হৈছে ৷

ঘোষনা কৰা হ'ল মেট্ৰিকৰ ফলাফল

By

Published : May 15, 2019, 9:05 AM IST

Updated : May 15, 2019, 10:34 AM IST

গুৱাহাটী, 15 মে': আজি ঘোষনা কৰা হ'ল হাই স্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল ৷ মুঠ 3,36 , 203 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 48, 5, 99 গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম স্থান , 71, 020 গৰাকীয়ে দ্বিতীয় স্থান আৰু 82,889 গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে ৷

ঘোষনা কৰা হ'ল মেট্ৰিকৰ ফলাফল

সৰ্বমুঠ 2,025 , 04 গৰাকী পৰীক্ষাৰ্থীয়ে এইবেলি হাই স্কুল শিক্ষান্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ শতাংশ 60.23 শতাংশ ৷ জিলা হিচাপে চাবলৈ গ'লে লখিমপুৰৰ 4 গৰাকীয়ে স্থান দখল কৰিছে , যোৰহাটৰ এগৰাকী , কামৰূপ মহানগৰৰ 4 গৰাকী , কামৰূপৰ 5 গৰাকী , নগাঁৱৰ 8 গৰাকী , বাক্সাৰ 2 গৰাকী , ডিব্ৰুগড়ৰ 2 গৰাকী , গোলাঘাটৰ 2 গৰাকী , বৰপেটাৰ 4 গৰাকী , শিৱসাগৰৰ 2 গৰাকী ,নলবাৰীৰ 3 গৰাকী আৰু দৰঙৰ এগৰাকী ৷ উল্লেখ্য যে ছাত্ৰীৰ তুলনাত এইবেলি ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে ৷ এইবেলি পৰীক্ষাত 62.69 শতাংশ ছাত্ৰ আৰু 57.99 শতাংশ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে ৷

Last Updated : May 15, 2019, 10:34 AM IST

ABOUT THE AUTHOR

...view details