গুৱাহাটী, 19 অক্টোবৰ :সমাগত দুৰ্গা পূজা । কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব দুৰ্গা পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে পূজাৰ প্ৰস্তুতি । মালিগাঁও কালীবাৰীত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা । ক'ভিড প্ৰটকল অনুসৰি সকলো ব্যৱস্থা কৰিছে পূজা উদযাপন কমিটীয়ে ।
মালিগাঁও কালীবাৰীত অনুষ্টুপীয়াকৈ পূজা আয়োজনৰ প্ৰস্তুতি - পূজাৰ প্ৰস্তুতি
সমাগত দুৰ্গা পূজা । কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব দুৰ্গা পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে পূজাৰ প্ৰস্তুতি।
মালিগাঁও কালীবাৰীত অনুষ্টুপীয়াকৈ পূজা আয়োজনৰ প্ৰস্তুতি
ইতিমধ্যেই চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশনা মন্দিৰ চৌহদৰ বাহিৰত আৰি দিছে কমিটীয়ে । মাস্ক পৰিধান নকৰিলে কোনো লোককে পূজাস্থলী প্ৰৱেশ কৰিবলৈ দিয়া নহয় । পূজাৰ প্ৰতিটো দিনতে থাকিব স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা । পূৰ্বৰ জাকজমকতাৰ পৰিৱৰ্তে এইবাৰ এনেদৰেই কঠোৰ নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব দুৰ্গা পূজা ।
লগতে পঢ়ক: সীমান্ত সংঘাতঃ অসম-মিজোৰামৰ মুখ্য সচিবৰে গৃহ সচিবৰ ভিডিঅ' কনফাৰেঞ্চ