অসম

assam

ETV Bharat / state

ৰেঞ্জাৰ পংকজ কলিতাৰ বাসগৃহত চি আই ডিৰ অভিযান - মালিগাঁৱত চি আই ডিৰ অভিযান

মালিগাঁৱৰ ৰেঞ্জাৰ পংকজ কলিতাৰ বাসগৃহত চি আই ডিৰ অভিযান ৷ চি আই ডিৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই ঘৰত তলা লগাই পলায়ন পংকজ কলিতাৰ ৷

Maligaon CID raid in Ranger Pankaj Kalita's House
ৰেঞ্জাৰ পংকজ কলিতাৰ বাসগৃহত চি আই ডিৰ অভিযান

By

Published : Jan 18, 2020, 6:52 PM IST

গুৱাহাটী,18 জানুৱাৰী:মহানগৰীৰ মালিগাঁৱত চি আই ডিৰ এক অভিযান । ৰেঞ্জাৰ পংকজ কলিতাৰ বাসগৃহ বিচাৰি এই অভিযান চি আই ডি দলটোৰ । বৰিপাৰাৰ বিশাল এপাৰ্টমেন্টত ৰেঞ্জাৰ গৰাকীক বিচাৰি গৈছিল চি আই ডিৰ দলটোৱে । কিন্তু চি আই ডিৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই ঘৰত তলা লগাই পলায়ন কৰে পংকজ কলিতাই ।
উল্লেখ্য যে বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ সৈতে নাম সাঙোৰ খাইছে ৰেঞ্জাৰ গৰাকীৰ । ইয়াৰ পিছতে যাৰ বাবে চি আই ডিয়ে এই অভিযান চলাই ৰেঞ্জাৰ পংকজ কলিতাৰ বাসগৃহত ।

ABOUT THE AUTHOR

...view details