অসম

assam

ETV Bharat / state

খেলো ইণ্ডিয়াত অব্যাহত মহাৰাষ্ট্ৰৰ জয়যাত্ৰা

খেলো ইণ্ডিয়াত অব্যাহত আছে মহাৰাষ্ট্ৰৰ জয়ৰ ধাৰা ৷ বৃহস্পতিবাৰে পুনৰ দুটাকৈ পদক অৰ্জন কৰে মহাৰাষ্ট্ৰই । এই পদক লাভৰ ফলত অনুষ্ঠানটোত মহাৰাষ্ট্ৰই অৰ্জন কৰা পদকৰ সংখ্যা ১১৭ টালৈ বৃদ্ধি হয় ৷

By

Published : Jan 16, 2020, 11:48 PM IST

মহাৰাষ্ট্ৰ
খেলো ইণ্ডিয়া 2020

গুৱাহাটী,16 জানুৱাৰীঃখেলো ইণ্ডিয়াত অব্যাহত আছে মহাৰাষ্ট্ৰৰ জয়ৰ ধাৰা ৷ বৃহস্পতিবাৰে পুনৰ দুটাকৈ পদক অৰ্জন কৰে মহাৰাষ্ট্ৰই । পুৰুষৰ ১৭ অনুৰ্ধৰ ৪৯ কেজিৰ ভাৰোত্তোলন শাখাত স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে মহাৰাষ্ট্ৰ দলে ৷ দলটোৰ হৈ মুকুন্দ সন্তোষ এহেৰে ১৮৪ কেজিত স্বৰ্ণপদক অৰ্জন কৰাৰ বিপৰীতে উদেয় অনিল মহাজনে ১৭৬ কেজিত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

খেলো ইণ্ডিয়া 2020

ইফালে মণিপুৰৰ নামেৰেকপাম টপচাও মিটেই ১৭৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে । উল্লেখ্য যে,এই পদক লাভৰ ফলত অনুষ্ঠানটোত মহাৰাষ্ট্ৰই অৰ্জন কৰা পদকৰ সংখ্যা 126 টালৈ বৃদ্ধি হয় ৷

117 টা লৈ বৃদ্ধি পদক

লগতে চাওকঃশাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ

ABOUT THE AUTHOR

...view details