নিউজ ডেস্ক:23মে,পুনৰ দেশজুৰি চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেশৰ সকলো মাদ্ৰাছা বন্ধ হোৱা উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আৰ এছ এছৰ দ্বাৰা দিল্লীত আয়োজিত এক ক'নক্লেভত ভাগ লৈ ড৹ শৰ্মাই কয় যে মাদ্ৰাছাত পঢ়ি কোনো শিশু ডাক্টৰ বা ইঞ্জিনিয়াৰ হব নোৱাৰে ৷
পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা - Madrasas should disappear
পুনৰ দেশজুৰি চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেশৰ সকলো মাদ্ৰাছা বন্ধ হোৱা উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আৰ এছ এছৰ দ্বাৰা দিল্লীত আয়োজিত এক ক'নক্লেভত ভাগ লৈ ড৹ শৰ্মাই কয় যে মাদ্ৰাছাত পঢ়ি কোনো শিশু ডাক্টৰ বা ইঞ্জিনিয়াৰ হব নোৱাৰে ৷ ধৰ্মৰ শিক্ষা ঘৰত লওক ৷ তেওঁ আৰু কয় যে ভাৰতত বসবাস কৰা সকলো মুছলমান লোকেই এসময়ত হিন্দু আছিল ৷ স্বাভাৱিকতে তোলপাৰ লাগিছে তেওঁৰ এনে মন্তব্যত ৷
পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা
ধৰ্মৰ শিক্ষা ঘৰত লওক ৷ তেওঁ আৰু কয় যে ভাৰতত বসবাস কৰা সকলো মুছলমান লোকেই এসময়ত হিন্দু আছিল ৷ স্বাভাৱিকতে তোলপাৰ লাগিছে তেওঁৰ এনে মন্তব্যত ৷ আৰু কি কি কলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চাওক এই প্ৰতিবেদন ৷
লগতে পঢ়ক: Batadrava PS incident : আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ-মাৰণাস্ত্ৰ
TAGGED:
Madrasas should disappear