অসম

assam

ETV Bharat / state

পত্নীসহ মা কামাখ্যাৰ আশীষ ল'লে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে - প্ৰহ্লাদ সিং পাটেল

ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে অম্বুবাচীৰ উদ্বোধনী অনুষ্ঠানত ভাগ ল'বলৈ গুৱাহাটীলৈ আহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে অসম চৰকাৰৰ লগত আলোচনা মৰ্মে বিভিন্ন নতুন আঁচনি হাতত ল'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে।

পত্নীসহ মা কামাখ্যাৰ আশীষ ল'লে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে

By

Published : Jun 21, 2019, 11:45 PM IST

গুৱাহাটী , 21 জুনঃ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় নৱনিৰ্বাচিত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেল। গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ দৰ্শনৰ বাবে আহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। পত্নীসহ মা কামাখ্যাৰ আশীষ লৈ নিজৰ লগতে দেশবাসীৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰে নৱনিৰ্বাচিত মন্ত্ৰীগৰাকীয়ে।

পত্নীসহ মা কামাখ্যাৰ আশীষ ল'লে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে

ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে অম্বুবাচীৰ উদ্বোধনী অনুষ্ঠানত ভাগ ল'বলৈ শুকুৰবাৰে গুৱাহাটীলৈ আহে প্ৰহ্লাদ সিং পাটেল । উল্লেখযোগ্য যে অসম চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে বিভিন্ন নতুন আঁচনি হাতত ল'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে।

ABOUT THE AUTHOR

...view details