গুৱাহাটী,10জুনঃলক্ ডাউনে জুৰুলা কৰিছে বহু নৃত্য প্ৰশিক্ষকৰ জীৱন। নৃত্য বিদ্যালয়ৰ ঘৰ ভাড়া দিব নোৱাৰি বন্ধ হৈ পৰিছে বহুকেইখন নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় ৷ হতাশাত ভুগিছে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নৃত্য প্ৰশিক্ষকসকল ৷ সংবাদমেল যোগে চৰকাৰলৈ সাহাৰ্যৰ আহ্বান নৃত্য প্ৰশিক্ষকৰ ৷ নৃত্য প্ৰতিষ্ঠানৰ ঘৰ ভাড়া ৰেহাইৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনালে প্ৰশিক্ষকসকলে ৷
লক ডাউনে জুৰুলা কৰিছে নৃত্য প্ৰশিক্ষকৰ জীৱন - উপায়হীন নৃত্য প্ৰশিক্ষক
উপায়হীন নৃত্য প্ৰশিক্ষক সকল ৷ নৃত্য বিদ্যালয়ৰ ঘৰ ভাড়া দিব নোৱাৰি বন্ধ হৈ পৰিছে ইখনৰ পিছত সিখন নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় ৷ সংবাদমেল যোগে চৰকাৰলৈ সাহাৰ্যৰ আহ্বান নৃত্য প্ৰশিক্ষক সকলৰ ৷
লক্ ডাউনে জুৰুলা কৰিছে নৃত্য প্ৰশিক্ষকৰ জীৱন