গুৱাহাটী,27 মাৰ্চঃসম্প্ৰতি বিশ্বকে গ্ৰাস কৰিছে কৰ’ণা ভাইৰাছৰ আতংকই ৷ কিন্তু ইয়াৰ মাজতো এই ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি অকণো ভ্ৰূক্ষেপ নাই ৰাজ্যৰ একাংশ লোকৰ ৷ তলাবন্ধ ঘোষণা কৰাৰ পিছতো স্বাভাবিকভাবেই বজাৰ কৰিবলৈ ওলাই আহিছে জনতা ৷ ইয়াৰ উপৰিও সামাজিক স্থানক সকলো লোককে এক মিটাৰ দূৰত্ব বজাই ৰখাৰ নিৰ্দেশকো অমান্য লোকসকলৰ ৷ এই দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবেই পুনৰ দোকান পোহৰা বন্ধৰ বাবে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক নিৰ্দেশনা জাৰি কৰে স্বস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
মহানগৰীত অৰ্থহীন হ’ল তলাবন্ধঃ অৰ্থহীন হ'ল ল'ক ডাউনঃ জাকে জাকে ওলাই আহিল মানুহ, মুখ্য সচিবক জৰুৰী নিৰ্দেশ হিমন্তৰ - Guwahati Lock down news
তলাবন্ধ ঘোষণা কৰাৰ পিছতো স্বাভাবিকভাবেই বজাৰ কৰিবলৈ ওলাই আহিছে জনতা ৷ ইয়াৰ উপৰিও সামাজিক স্থানত সকলো লোককে এক মিটাৰ দূৰত্ব বজাই ৰখাৰ নিৰ্দেশকো অমান্য লোকসকলৰ ৷
মহানগৰীত অৰ্থহীন হ’ল তলাবন্ধ