৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ চুলাই বিৰোধী অভিযান - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
বিনস্ত কৰিলে বহু পৰিমানৰ দেশীয় সুৰা

আৰক্ষীৰ চুলাই বিৰোধী অভিযান
গুৱাহাটী, ১১ মাৰ্চ :ৰাজ্যত প্ৰতিদিনে চুলাই মদ সেৱন কৰি মৃত্যু মুখত পৰি আছে এজনৰ পিছত আন এজন লোক । তেনে সময়তে দেওবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা দোকান সমুহত বৈশিষ্ঠ আৰক্ষীয়ে এক চুলাই বিৰোধী অভিযান চলায় ।
আৰক্ষীৰ চুলাই বিৰোধী অভিযান