গুৱাহাটী, 28 মাৰ্চঃ লক-ডাউনৰ সময়ত অসমৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো আৱকাৰী বিভাগ চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে গুৱাহাটী মহানগৰীৰ লিচুবগান, হেঙাবাৰী জাপৰিগুগ আদি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ চুলাইৰ লগতে চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে আৰক্ষীয়ে ।
গুৱাহাটীত চুলাই বিক্ৰীৰ অভিযোগত দুজনক জেললৈ প্ৰেৰণ
মহানগৰীতো আৱকাৰী বিভাগ চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ অভিযানকালত আৰক্ষীয়ে বহু পৰিমাণৰ চুলাইৰ লগতে চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে ৷
গুৱাহাটীত চুলাই বিক্ৰীৰ অভিযোগত জেললৈ প্ৰেৰণ 2
অবৈধভাবে চুলাইৰ বিক্ৰী কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । চুলাইৰ বিৰুদ্ধে অৱকাৰী বিভাগ আগন্তুক দিনতো গুৱাহাটী মহানগৰীত অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়া ।