অসম

assam

ETV Bharat / state

ৰাজ্যত মদ নিষিদ্ধ কৰাৰ দাবী - লক্ষীৰাম বৰুৱা সদন

মদ নিষিদ্ধ কৰাৰ দাবীত গুৱাহাটীত ৰাজ্যিক ছাত্ৰ-যুৱ-মহিলা অভিৱৰ্তন । লক্ষ্মীৰাম বৰুৱা সদনত অল ইণ্ডিয়া মহিলা সাংস্কতিক সংগঠনৰ উদ্যোগত এই অভিৱৰ্তন অনুষ্ঠিত হয় ৷

অসমত সম্পূৰ্ণৰূপে মদ নিষিদ্ধ কৰিব লাগে চৰকাৰে

By

Published : Mar 10, 2019, 12:48 AM IST


গুৱাহাটী, ৯ মাৰ্চঃ লক্ষ্মীৰাম বৰুৱা সদনত অল ইণ্ডিয়া মহিলা সাংস্কতিক সংগঠনৰ উদ্যোগত শনিবাৰেমদ নিষিদ্ধ কৰাৰ দাবীত একৰাজ্যিক ছাত্ৰ-যুৱ-মহিলা অভিৱৰ্তন অনুষ্ঠিত হয়।

অসমত সম্পূৰ্ণৰূপে মদ নিষিদ্ধ কৰিব লাগে চৰকাৰে
এই অভিৱৰ্তনত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞি, চন্দ্ৰলেখা দাসৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷ অভিৱৰ্তনত সংগঠনটোৱেঅসমত সম্পূৰ্ণৰূপে মদ নিষিদ্ধ কৰাৰ বাবে দাবী জনায় ৷

যোৰহাট-গোলাঘাটত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকসকলৰসন্তানৰআশ্ৰয়সহ সকলো দায়িত্ব চৰকাৰে বহন কৰাৰো দাবী জনায় সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details