অসম

assam

ETV Bharat / state

"কেব" গৃহীত হ'লেও ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিবঃ উপমন্যু হাজৰিকা - উচ্চতম ন্যায়ালয়

এই জাতিধ্বংসী আইন ওফৰাই পেলাবলৈ আইনী ভাৱে কিবা পথ আছেনে ? পাৰিবনে এই নাগপাশৰ পৰা অসমীয়া জাতিয়ে মুক্তি লভিব ?

LEGAL EXPERT UPAMUNNYA HAZARIKA COMMENTS ON CAB ASSAM ETV BHARAT
"কেব" গৃহিত হ'লেও ন্যায়ালয়ত ইয়াক প্ৰত্যাহ্বান জনাব পাৰিবঃ উপমন্যু হাজৰিকা

By

Published : Dec 9, 2019, 6:36 PM IST

Updated : Dec 9, 2019, 7:27 PM IST

গুৱাহাটী,৯ ডিচেম্বৰঃ লোকসভা,ৰাজ্যসভা উভয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত ই নিশ্চিত ভাৱে আইনলৈ ৰূপান্তৰিত হ'ব। লগে লগে অসমীয়া জাতিৰ ভৱিষ্যতলৈ আহি পৰিব চৰম প্ৰত্যাহ্বান । এনে সময়ত কি কৰিব পাৰিব অসমীয়া জাতিয়ে ? এই জাতিধ্বংসী আইন ওফৰাই পেলাবলৈ আইনী ভাৱে কিবা পথ আছেনে ? পাৰিবনে এই নাগপাশৰ পৰা অসমীয়া জাতিয়ে মুক্তি লভিব ?

"কেব" গৃহিত হ'লেও ন্যায়ালয়ত ইয়াক প্ৰত্যাহ্বান জনাব পাৰিবঃ উপমন্যু হাজৰিকা

সংসদত আজি বিধেয়কখন উত্থাপন হোৱাৰ পিছতে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক কথোপকথনত সমস্ত আইনী দিশৰ ব্যাখ্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ।

Last Updated : Dec 9, 2019, 7:27 PM IST

ABOUT THE AUTHOR

...view details