অসম

assam

ETV Bharat / state

মাজনিশালৈকে ব্যস্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - himanta biswa sharma visited Mahendra Mohan Choudhury Hospital Guwahati

বুধবাৰে মাজনিশা সোণাপুৰ অসামৰিক চিকিৎসালয়, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

late in the night on Wednesday, after Sonapur Civil Hospital, himanta biswa sharma visited Mahendra Mohan Choudhury Hospital Guwahati
মাজনিশালৈকে ব্যস্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Apr 2, 2020, 10:41 AM IST

গুৱাহাটী,2 এপ্ৰিলঃস্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা 12.30 বজাত টুইট যোগে জনাই যে, অসমত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে ৷

কৰ'ণাত আক্ৰান্তকেইজনৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে
ব্যস্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে মাজনিশা আৰু 3 গৰাকী আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিজেই সোণাপুৰ অসামৰিক চিকিৎসালয়, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় পৰিদৰ্শন কৰি কৰ'ণাত আক্ৰান্ত কেইজনৰ স্বাস্থ্যৰ বুজ লয় ৷ এই সময়ত তেওঁৰ সৈতে NHM কৰ্তৃপক্ষৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাও উপস্থিত থাকে ।

স্বাস্থ্য মন্ত্ৰীগৰাকীৰ চিকিৎসালয় পৰিদৰ্শন
মাজনিশালৈকে ব্যস্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়কঃঅসমত ১৬ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details