গুৱাহাটী, ৫ মে': উগ্রতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিত জড়িত চোৰকেইটাৰ পৰা ন-ন তথ্য উলিয়াবলৈ সক্ষম হৈছে আৰক্ষীয়ে । বিগ্ৰহ চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-01KC-3830 নম্বৰৰ গাড়ীখন দেওবাৰে লতাশিল আৰক্ষীয়ে মহানগৰীৰ পাঞ্জাবাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
উগ্ৰতাৰাৰ চুৰিকাণ্ডত ব্যৱহৃত বাহন উদ্ধাৰ - উগ্রতৰা মন্দিৰ
গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেও এতিয়াও উদ্ধাৰ কৰিব পৰা নাই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন বাইক । লগতে জানিব পৰা মতে বিগ্ৰহৰ ত্ৰিশূল আৰু মুকুটটো উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে লতাশিল থানাৰ আৰক্ষীয়ে ।

বিগ্ৰহ চুৰি কাৰ্যত ব্যৱহৃত গাড়ী উদ্ধাৰ লতাশিল আৰক্ষীৰ
বিগ্ৰহ চুৰি কাৰ্যত ব্যৱহৃত গাড়ী উদ্ধাৰ লতাশিল আৰক্ষীৰ
অৱশ্যে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেও এতিয়াও উদ্ধাৰ কৰিব পৰা নাই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন বাইক । লগতে জানিব পৰা মতে বিগ্ৰহৰ ত্ৰিশূল আৰু মুকুটটো উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে লতাশিল থানাৰ আৰক্ষীয়ে ।