গুৱাহাটী,24 নৱেম্বৰঃ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰণ গগৈৰ শেষকৃত বৃহস্পতিবাৰে নৱগ্ৰহতে সম্পন্ন কৰি বুলি জানিবলৈ দিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শেষকৃত সম্পন্ন কৰিবৰ বাবে প্ৰদেশ কংগ্ৰেছে গুৱাহাটী মহানগৰীৰ ভিতৰতে এটুকুৰা ভূমি দিবৰ বাবে অসম চৰকাৰক আগ্ৰহ প্ৰকাশ কৰিছিল ; কিন্তু গুৱাহাটীত তেনে কোনো উপযুক্ত ভূমি নোপোৱাত উপায়ন্তৰ হৈ প্ৰদেশ কংগ্ৰছে এই সিধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷
নৱগ্ৰহত শেষকৃত সম্পন্ন কৰা হ’ব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
নৱগ্ৰহতে শেষকৃত সম্পন্ন কৰিব প্ৰয়াত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জানিবলৈ দিলে এই কথা ৷
নৱগ্ৰহত শেষকৃত সম্পন্ন হ’ব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
লগতে পঢ়কঃ সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা একাংকিকা নাট প্ৰতিযোগিতা স্থগিত